ককাৰ সমস্যা



ককাৰ মনত এটা কথাই বাৰে বাৰে আমনি কৰি থাকে আৰু সেইটোৱে এতিয়া ককাক সপোনতো আমনি কৰে। (Something troubles grandpa so much, the worries enter his dreams! Read more to understand what worries him.)