• Home
  • Login
  • Content
    Hindi
    English
    Marathi
    Gujarati
    Kananda
    Urdu
    Bengali
    Odia
    Punjabi
    Tamil
    Telugu
    View All
  • Contribute
  • Resources
    Low Tech
    Covid-19
  • Stories
  • ASER
  • Blog

Home Read Stories Level 1 Assamese

কাছ আৰু শহাপহু
কাছ আৰু শহাৰ মাজত দৌৰ আৰম্ভ হ'ল।বাটত শহা শুই গ'ল আৰু কাছ আগুৱাই গ'ল। এনেতে কাছই সিংহক লগ পালে। আগলৈ কি হ'ব বাৰু? (The rabbit and the tortoise decide to race. On the way, the rabbit fell asleep and the tortoise ran ahead. But then the tortoise saw a lion. What will happen now? Read more to find out.)
পিংকু আৰু পংখু
পিংকু আৰু পংখুৱে দিনটো ইমানেই কাম কৰে দুয়ো ভাগৰি পৰে৷ তুমি ক’ব পাৰিবনে সিহঁতে কি কি কৰে? (Pinku and Pankhu do so much work all day that they are tired by the end of it. What do you think they do all day?)
জেৰা আৰু জুজু
জন্মদিনত জেৰাই জুজুক মাতিব বিচাৰিছিল, পিছে মাকে বাধা দিছিল। জুজু পাৰ্টিলৈ আহিল নে? (Zera wants to invite Jojo to his birthday party. Will Jojo come to the party? Read more to find out.)
সিংহৰ ভোজ
সিংহই সকলো জন্তুক ভোজলৈ নিমন্ত্ৰণ দিছিল৷ কিন্তু মহাৰাজ সিংহই পাহৰি গৈছিল হাতীক যে নামাতিলে৷ (The lion organized a feast and invited all the animals. But he forgot to invite the elephant! What happens next? Read more to find out.)

পিকনিক
পাঁচজন বন্ধু অৰণ্যলৈ গ'ল। তেওঁলোকে তাত কি কি কৰিব? (Five friends went to a forest. What will they do there? Let us read more to find out!)
জেলেপী
জেলেপী দেখি আয়েছাৰ লোভ লাগিল৷আয়েছাই জেলেপী খাবলৈ পালেনে? (Muniya wanted to eat some jalebis. Did her wish come true? Read more to find out.)
বেলুন বেপাৰী
মিনুৱে বেলুন ল’লে আৰু নিজৰ বন্ধুবোৰক মাতিলে৷ কিন্তু তাইৰ বন্ধুবোৰে বেলুন কিনিব নোৱাৰিলে৷ কিয়নো... (Chiku buys a balloon and also asks her friends to buy some. But her friends could not buy the balloons because…read more to find out!)
বিতু
বিতুৱে নলৰ পৰা টোপ্-টোপ্ কৈ পানী পৰি থকা দেখি এটা কলহ নলটোৰ‌ তলত থ'লে। তাৰ পিছত কলহটোৰ পানীৰে সি... (When Ali saw water dripping from the tap, he put a pot under the tap. What does he do with the pot next? Read more to find out.)

হাতী পোৱালীয়ে পানী খাবলৈ শিকিলে
পোৱালী হাতীটোৱে পানী খাবলৈ চেষ্টা কৰি আছিল। সি পানী খাবৰ বাবে কি কি কৰিছিল,জানিবৰ বাবে কাহিনীটো পঢ়া । (The baby elephant is trying to drink water...but whatever he tries, it does not work. Until...read more to find out!)
বিকি আৰু মা
দেউতাকে বিকিৰ বাবে চিলা আনিছিল কিন্তু চিলাখন পানীত তিতি গ'ল। (Bunty's father bought a kite for him, but the kite got wet. What happens next? Read more to find out.)
মেকুৰীৰ পোৱালী
এটা মেকুৰীৰ পোৱালীয়ে ঠেঙত দুখ পাইছিল। কোনোবাই তাক সহায় কৰিবনে? (A kitten hurt her leg. Will anyone help the hurt kitten? Read more to find out!)
চাবিৰ তলা
আয়ানে এটা চাবি পালে, পিছে তাৰ তলাটো কতো বিচাৰি পোৱা নাই। (Sandeep found a key but he cannot find its lock. Read more to find out what happens.)

চুনচুনীৰ ছাতি
চুনচুনীয়ে এটা বিশেষ ধৰণৰ ছাতি বনালে। (Urmila loves to draw. But today something goes wrong…how will she respond? Read more to find out!)
পৰুৱা
পৰুৱা = তোমালোকে জানানে,পৰুৱাই নিজৰ ঘৰ ক'ত বনাই আৰু কি খায় । (Do you know where ants build their homes and what they eat? Read more to find out.)
লুকা - ভাকু
এজনী ছোৱালী গছৰ ওপৰত লুকাই আছে। কিন্তু, তাই তেতিয়াহে নামি আহিব যেতিয়া তাইক আইতাকে মাতিব। (There is a girl hiding in a tree. She will come down only when a special person calls her. Who? Read more to find out.)
ককাৰ সমস্যা
ককাৰ মনত এটা কথাই বাৰে বাৰে আমনি কৰি থাকে আৰু সেইটোৱে এতিয়া ককাক সপোনতো আমনি কৰে। (Something troubles grandpa so much, the worries enter his dreams! Read more to understand what worries him.)

ভয়
ৰাতি এটা আচৰিত শব্দ শুনা পাই ৰীনাৰ ভয় লাগিল। (It’s late at night and Reena is lying in bed. Suddenly, she starts to hear a strange noise coming from somewhere in the house…)
ঝুলনা
মনোজৰ ঝুলনা দুলিবলৈ মন গৈছিল সেই বাবে মীনাই বনালে এখন আচৰিত ঝুলনা। (Anuj loves to play on swings. But there are none nearby. His sister has an idea though…read more to find out!)
অৰণ্যৰ কাহিনী
এনে কি হৈছিল যাৰ বাবে গঁড়টো অৰণ্যৰ পৰা গৈ পথ পাইছিলগৈ? (What happened to make the hippo come out from the jungle onto the road?)
পাৰ
চুমু এজনী পাৰ হৈ গ'ল আৰু এখন ঘৰৰ চালৰ ওপৰ পালেগৈ। (Pakhi turns into a pigeon and flies onto a roof. Is this magic or…read more to find out!)

কিতাপৰ লগত কথা
বাইদেউ আহিল, কিতাপ আনিল। বনি, নুৰ, নমি আৰু জ’নৰ জীৱন সলনি হৈ গ'ল। (Four friends spend the days walking around and picking up old bits and pieces. Until one day a woman notices them and…read more to find out!)
মই কোন
এটা জন্তু যাৰ পেটত মোনা আছে ৷ কোৱাচোন সেইটো কোন? (An animal who has a pocket on its stomach and can jump really far! Can you guess its name?)
ছাগলীৰ পোৱালী
ছাগলীৰ পোৱালী এটা গাঁতত পৰি থকা পিংকীয়ে দেখিলে। পিংকীয়ে তাক সহায় কেনেকৈ কৰিব? (Samira loves to cycle! But suddenly she stops when she hears a goat bleating…)
ম'ৰা চৰাইৰ নাচ
ৰীনাৰ মনোমোহা নাচ দেখি ম'ৰা চৰাইটোৱেও নাচিবলৈ পাহৰিলে। (Hina went to the farm with her father one day. She saw a peacock dancing and started to dance as well. How did the peacock react? Read more to find out.)

মই নোশোওঁ আজি!
মাজৰাতি হৈ গ'ল, সকলো জীৱ-জন্তু শুই গ'ল। পিছে এনে কোনোৱা আছে যাৰ আজি টোপনি ধৰা নাই। (It is midnight and all the animals are fast asleep. But there is someone who is awake...read more to find out who!)
নতুন কিতাপ
এজন শিশুয়ে ধুনীয়া সাধুকিতাপ এখন পালে। (A boy found an interesting story book. Do you want to know what is it about?)
নীলা ফল
গছত নীলা ফল দেখি মাজনী আচৰিত হৈ মাকৰ ওচৰলৈ দৌৰি গল। (Kasnee was surprised to see a blue fruit on a tree and ran to her mother...read more to find out what happens next!)
ৰঙেই ৰঙ
তুমি কেতিয়াবা ৰঙৰ লগত ৰং মিহলি কৰি নতুন ৰং তৈয়াৰ কৰিছা নেকি? আমিনাই ৰঙৰ লগত খেলিছে আৰু বেলেগ বেলেগ ৰং তৈয়াৰ কৰিছে। (Have you ever mixed colours? Read more to find out what happens when you do!)

ৰলি-পলি
ৰলি-পলি দুয়োটাই পানীৰে খেলিবলৈ আৰম্ভ কৰিলে আৰু মাকে... (Roli-Poli have a lot of fun playing with water! Read more to learn about this fun.)
সাপ
তুমি জানানে সাপে কি কি কৰে? (Do you know about all the things a snake does? Read more to find out!)
সু সু সুহুৰি
উদাস ভেণ্ডিক সুখী কৰিবলৈ লাও, বেঙেনা আৰু জলকীয়াই প্ৰয়াস কৰিছে। ভেণ্ডি সুখী হবনে? (Ladyfinger is feeling sad. What can his friends do to help? Read more to find out!)
ৰেল গাড়ী
এই কাহিনীটো হ’ল এখন ৰেল গাড়ীৰ, যাৰ প্ৰতিটো ডবাত মানুহ বহি থাকে। (This story is about a day in the life of a train. Read more to explore!)

ফেঁচা ৰজাৰ ৰাতি
ৰাতি হ'ল আৰু ফেঁচা ৰজাৰ সভাও আৰম্ভ হ'ল। (Night falls and the owl king starts his gathering. Read more to find out about his night ahead!)
নাগু আৰু মুনুৰ সমস্যা
গণিতৰ প্ৰশ্নসমূহ আছিল নাগু আৰু মুনুৰ আটাইতকৈ ডাঙৰ সমস্যা। সেই কাৰণে দুয়ো বিদ্যালয়লৈ যাব নিবিচাৰে। সিহঁতৰ এই সমস্যা দূৰ হবনে? (Naagu and Nunu don't feel like going to school. Why? How will they feel at the end of the story? Read more to find out.)
জোনাকী
জোনাকীয়ে বিদ্যালয়ৰ পৰা উভতি আহোতেWho did Jonaki meet on her way back from school? Read the story to find out.) কাক লগ পাইছিল? জানিবলৈ কাহিনীটো পঢ়াচোন। (
অহংকাৰী আম
আমগছ জোপাই গোলাপ জোপাক কি কথা শুনাইছিল ? আম গছ জোপাই শেষত কি কৰিলে জানিবলৈ কাহিনীটো পঢ়াচোন । (What did the mango tree say to the roses? Read the story to find out what the mango tree did in the end.)

আমিনাৰ মন
আমিনা বিদ্যালয়ৰ বাৰন্দাত বহি আছিল । তাই একেথৰে খেলপথাৰলৈ চায় আছিল ।পিছে তাই খেলিব নোৱাৰে...আমিনাই কিয় খেলিব নোৱাৰে জানিবলৈ কাহিনীটো পঢ়াচোন । (Amina was sitting on the porch of the school. She was staring at the field where she could not play. Read the story to find out why.)

 


On Children’s Day 2020, Pratham and StoryWeaver (an initiative of Pratham Books) announced a collaboration to develop and grow a repository of reading resources for young children. As the first step, 50 stories from Pratham were launched on the StoryWeaver platform last year. We are delighted to share the progress that has been made since then, in creating, translating and curating stories across many languages made available for public access across two platforms – Pratham Education Foundation’s Pratham Open School (prathamopenschool.org) and StoryWeaver (storyweaver.org). For more information on the Kahaniyaan hi Kahaniyaan campaign, visit pratham.org/stories
Follow us
Useful links
  • Mohalla Learning Camp
  • PraDigi Creativity Club
  • Covid-19 Resources
  • Corona Mukt Pind
  • Covid-19 Awareness
  • Our Interns
Contact Us
  • 022-22812500
  • digital@pratham.org
  • Mumbai Y.B. Chavan Center, 4th Floor,Gen. J. Bhosale Marg.
    Nariman Point Mumbai,
    Maharashtra - 400021

  • Delhi Delhi Registered Office B- 4/58, Safdarjung Enclave 2nd Floor,
    New Delhi - 110 029
    Email: info@pratham.org.

All resources of the story page on the website are CC-BY-4.0 licensed. You can copy, modify, distribute and perform the work, even for commercial purposes, all without asking permission. Some rights reserved. For full terms of use and attribution, https://creativecommons.org/licenses/by/4.0/
Privacy Policy · Terms & Conditions