আলাসত চাং পতা



ৰতন আৰু মদন দুয়ো ককাই-ভাই। সিহঁত বৰ এলেহুৱা। এই স্বভাৱৰ বাবে সিহঁতৰ কি অৱস্থা হৈছিল। তাক জানিবলৈ কাহিনীটো পঢ়াচোন। (Ratan and Madan are brothers. They are both very lazy. What happens to them because of their laziness? Read the story to get to find out.)