• Home
  • Login
  • Content
    Hindi
    English
    Marathi
    Gujarati
    Kananda
    Urdu
    Bengali
    Odia
    Punjabi
    Tamil
    Telugu
    View All
  • Contribute
  • Resources
    Low Tech
    Covid-19
  • Stories
  • ASER
  • Blog

Home Read Stories Level 3 Assamese

কেতেকী চৰাইৰ সাধু
তোমালোকে কেতেকী চৰাইৰ নাম শুনিছানে ? তোমালোকে কেতেকী চৰাইৰ জন্ম কেনেকৈ হ'ল জানানে ? তোমালোকে ইয়াক জানিবলৈ কাহিনীটো পঢ়াচোন ? (Have you heard of the Indian cuckoo bird? Do you know how the Indian cuckoo bird was born? Read the story to find out?)
আলাসত চাং পতা
ৰতন আৰু মদন দুয়ো ককাই-ভাই। সিহঁত বৰ এলেহুৱা। এই স্বভাৱৰ বাবে সিহঁতৰ কি অৱস্থা হৈছিল। তাক জানিবলৈ কাহিনীটো পঢ়াচোন। (Ratan and Madan are brothers. They are both very lazy. What happens to them because of their laziness? Read the story to get to find out.)
ভাল কৰিলে ভাল ফল পায়
ৰংমন কোন আছিল ? তাক কোনে কি শিকাইছিল ? জানিবলৈ কাহিনীটো পঢ়াচোন। (Who was Rangmon? Who did he learn from? Read the story to find out more.)
কেটেলা পহুৰ আম
কেটেলা পহুয়ে আমটো ক'ত লৈ গৈছিল ? আমটো খাবলৈ কোনে বুদ্ধি পাঙিছিল ? কেটেলা পহুই আমটো খাব পালেনে? জানিবলৈ কাহিনীটো পঢ়াচোন । ( Where did the porcupine take the mango? Were they able to eat the mango? Read the story to find out.)

চোলা পিন্ধা হাঁহ
হাঁহজনীয়ে কাৰ চোলা পিন্ধিছিল ? চোলাটো নিবলৈ কোনে বুদ্ধি পাতিছিলে ? চোলাটো নিব পাৰিলেনে ? জানিবলৈ কাহিনীটো পঢ়াচোন... (Whose clothes did the duck wear? Whose idea was it to wear these clothes? Read the story to find out more.)
বলতকৈ বুদ্ধি শ্ৰেষ্ঠ
বিমল আৰু বিকাশ দুয়ো বন্ধু । সিহঁতৰ কোনজন বুদ্ধিয়ক আৰু কোনজন বলৱান ! শেষত কাৰ জয় হয় জানিবলৈ কাহিনীটো পঢ়াচোন। (
ৰজাৰ প্ৰশ্ন
ৰজাজনে কি প্ৰশ্ন সুধিছে ? আৰু প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনে দিলে ? জানিবলৈ কাহিনীটো পঢ়াচোন । (What question did the king ask? Who answered his question correctly? Read the story to find out.)
নাইটিংগেলৰ গান
নাইটিংগেল চৰাইৰ গান শুনিছানে ? কাহিনীটোত চৰাইজনীয়ে সচাকৈ গান গাইছিল নে ? জানিবলৈ কাহিনীটো পঢ়াচোন । (Have you heard the nightingale bird song? Did the bird really sing? Read the story to find out more.)

চুঙা চাই সোপা
পাৰস্য দেশৰ বাদশ্বাহজন আৰামপ্ৰিয় আৰু অকৰ্মণ্য আছিল । তেওঁ এদিনাখন প্ৰজাসকলৰ মাজত এখন জাননী দিলে । জাননীখনত কি আছে জানিবলৈ কাহিনীটো পঢ়াচোন । (The King of Persia was a dysfunctional leader. He gave his subjects a notice one day. Read the story to find out what the notice was.)
চুঙা চাই সোপা
মেঘৰ গৰ্জনত চমকি উঠা বিজুলীলৈ ভয় লাগেনে ? বিজুলীৰ জন্ম কেনেকৈ হ'ল জানিবলৈ কাহিনী পঢ়াচোন । (Are you afraid of the lightning that shines in the thunder of the clouds? Read the story to know how lightning was born.)
কাৰ বিষ বেছি
লোভৰ বাবে ভালুকজনীৰ কি অৱস্থা হৈছিল । জানিবলৈ কাহিনীটো পঢ়াচোন । (Is snake venom or frog venom more poisonous? Read the story to find out.)
সোণটি আৰু আজিজৰ কথা
সোণটিয়ে বিদ্যালয়লৈ যাওঁতে ঘৰত কি বস্তু এৰি থৈ যায় । সোণটিৰ মাকে গধূলি-গধূলি কাক পঢ়ুৱাইছিল...জানিবলৈ কাহিনীটো পঢ়াচোন । (What does Sonti leave at home when she goes to school? Who did Sonti's mother teach in the evenings? Read the story to find out.)

ভুকুতে কলটো নপকে
মিলি আৰু জুলি দুয়োজনী বাই ভনী । জুলি মিলিতকৈ বহুত সৰু ।কিন্তু জুলিয়ে মিলিৰ লগত সমানে ফেৰ মাৰিব যায় । জুলিয়ে কিয় এনেকুৱা কৰে জানিবলৈ কাহিনীটো পঢ়াচোন । (Millie and Julie are two sisters. Julie is much younger than Millie. But Julie loves to compete with Millie. Read the story to find out more.)
ককাৰ গছজোপা
ককাই গছজোপা ক'ৰ পৰা আনিছিল । গছজোপাৰ পৰা হোৱা ফল বিধক ওচৰ-চুবুৰীয়াই কি বুলি জানিছিল। আৰু ফলবিধ দেখিবলৈ কেনেকুৱা আছিল...জানিবলৈ কাহিনীটো পঢ়াচোন । (Where did my uncle get the tree? What name did the neighbours give to the fruit of the tree? Read the story to find out the answers to these questions.)
সোণটিৰ বিপদ
ভদীয়া কায়ে কি পদ্ধতিৰে গছৰ পৰা নাৰিকল পাৰিলে ? ভদীয়া কাইক নাৰিকল পাৰা দেখি সোণটিয়ে কি কৰিলে জানিবলৈ কাহিনীটো পঢ়াচোন । (How did Bhadiya get the coconut off the tree? When Sonati saw Bhadiya, what did she do? Read the story to find out the answers to these questions.)
বুবুলৰ বেমেজালি
আজিকালি বুবুলে হাঁহিবলৈ এৰাৰ দৰে হ'ল...বুবুলে কিয় হাঁহিবলৈ এৰিলে জানিবলৈ কাহিনীটো পঢ়াচোন । (These days, Bubul is not laughing so much anymore. Why do you think this is? Read this story to find out.)


 


On Children’s Day 2020, Pratham and StoryWeaver (an initiative of Pratham Books) announced a collaboration to develop and grow a repository of reading resources for young children. As the first step, 50 stories from Pratham were launched on the StoryWeaver platform last year. We are delighted to share the progress that has been made since then, in creating, translating and curating stories across many languages made available for public access across two platforms – Pratham Education Foundation’s Pratham Open School (prathamopenschool.org) and StoryWeaver (storyweaver.org). For more information on the Kahaniyaan hi Kahaniyaan campaign, visit pratham.org/stories
Follow us
Useful links
  • Mohalla Learning Camp
  • PraDigi Creativity Club
  • Covid-19 Resources
  • Corona Mukt Pind
  • Covid-19 Awareness
  • Our Interns
Contact Us
  • 022-22812500
  • digital@pratham.org
  • Mumbai Y.B. Chavan Center, 4th Floor,Gen. J. Bhosale Marg.
    Nariman Point Mumbai,
    Maharashtra - 400021

  • Delhi Delhi Registered Office B- 4/58, Safdarjung Enclave 2nd Floor,
    New Delhi - 110 029
    Email: info@pratham.org.

All resources of the story page on the website are CC-BY-4.0 licensed. You can copy, modify, distribute and perform the work, even for commercial purposes, all without asking permission. Some rights reserved. For full terms of use and attribution, https://creativecommons.org/licenses/by/4.0/
Privacy Policy · Terms & Conditions