ৰতন পেহাৰ বিলৈ



ঘৰলৈ নতুন বস্তু আনিলে ভাল লাগে। নহয়নে? সাধুটো চোৱা কি নতুন বস্তু আনিছিল? তাৰ পিছত কি হ'ল? (When new things arrive at our house, we are overjoyed. Isn't that so? Look at the narrative to find out what new item was brought and what happened next.)