Assamese
Assam Stories
This special pack comprises a wide range of material, including stories, audio files, highlighted text videos and picture dictionaries that can be used for children across the age group of 3-14 years. The books have colourful illustrations by local artists that capture the particularity of the region and its communities. Content is available for emergent as well as fluent readers. Efforts have been made to work in collaboration with local communities, teachers and Cluster Level officials to create this package. The package includes content in Assamese as well as many of the other underrepresented languages in Assam, such as Rabha (Rangdani), Rabha (Kocha), Santhali and Bodo. So just click on the link and the treasure is yours! | এই বিশেষ পেকেজটোত বিভিন্ন ধৰণৰ সমল অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ভিতৰত আছে কাহিনী, অডিঅ' ফাইল, সহজ ভিডিঅ আৰু ছবি অভিধান। যিবিলাক ৩-১৪ বছৰ বয়সৰ শিশুৰ বাবে ব্যৱহাৰ কৰিব পাৰি। এই সমল সমূহত স্থানীয় শিল্পীসকলৰ দ্বাৰা অংকন কৰা ৰঙীন চিত্ৰৰ দ্বাৰা অঞ্চলটোৰ আৰু ইয়াৰ সম্প্ৰদায়সমূহৰ বিশেষত্বক প্ৰতিফলিত কৰিছে। সমল সমূহ উদীয়মান আৰু সাৱলীল ভাৱে পঢ়িব পৰা পঢ়ুৱৈ সকলৰ বাবে উপলব্ধ। স্থানীয় সম্প্ৰদায়, শিক্ষক আৰু খন্ড পৰ্যায়ৰ বিষয়াসকলৰ সহযোগত এই পেকেজৰ সমল সমূহ সৃষ্টি কৰা হৈছে। এই পেকেজটোত অসমীয়াৰ লগতে আন বহুতো ভাষা, যেনে ৰাভা (ৰংদানী), ৰাভা (কোচ), চাওঁতালি আৰু বড়োৰ সমল অন্তৰ্ভুক্ত আছে। গতিকে কেৱল লিংকটোত ক্লিক কৰক আৰু সমল বিলাক উপভোগ কৰক। |