মাকৰ চেনেহ



হৰিণাৰ পোৱালীটোৱে খেলি আছিল। হঠাং সি ঠেঙত দুখ পালে আৰু কান্দিবলৈ ধৰিলে। সি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। তাৰ কান্দোন বন্ধ হ'ল নে? জানিবৰ বাবে কাহিনীটোৰ ছৱি বিলাক চোৱা। (While playing in the forest, a baby deer got hurt. It wouldn't stop crying until someone special came along. Can you guess who? Look at the story to find out.)