• Home
  • Login
  • Content
    Hindi
    English
    Marathi
    Gujarati
    Kananda
    Urdu
    Bengali
    Odia
    Punjabi
    Tamil
    Telugu
    View All
  • Contribute
  • Resources
    Low Tech
    Covid-19
  • Stories
  • ASER
  • Blog

Home Read Stories Level 2 Assamese

প্ৰথম চিঠি
জবাই লিখিবলৈ গৈ আছে তাইৰ জীৱনৰ প্ৰথমখন চিঠি। তাই এই চিঠি কাক লিখিবলৈ গৈ আছে? ইয়াৰ বিষয়ে জানিবলৈ কাহিনীটো পঢ়া। (Zeba is going to write her first letter. To whom is she writing her first letter? Read the story to find out.)
আপোনপেটীয়া গুবৰুৱা
এদিন এটা গুবৰুৱা আৰু উইচিৰিঙাই কথা পাতি আছিল। বাটত সিহঁতে মৰি থকা ফৰিং এটা দেখা পালে। সিহঁতে ফৰিঙটো কি কৰিলে জানিবলৈ কাহিনীটো পঢ়াচোন। (One day, a dung bettle and a cricket were talking. On the way, they saw a dying grasshopper. Read the story to find out what they did to the grasshopper.)
কাইলৈ
পাতিহাঁহৰ পোৱালি কেইটাই মাকক কি শিকাব লাগে বুলি কৈছিল ? মাকে সিহঁতক শিকালেনে ? জানিবলৈ কাহিনীটো পঢ়াচোন। (What were the ducklings asking their mother to teach? Did their mother teach them? Read the story to find out.)
উবুৰি কাছ
বিজন ককাইদেউয়ে ৰাতিপুৱা ওলাই গৈ কি দেখিলে ? আৰু কাৰ ফটো তুলিলে ? জানিবলৈ কাহিনীটো পঢ়াচোন ? (What did Bijan Kakaideo see when he went out in the morning? Who did he take the photos of? Read the story to find out.)

উমনি
মুৰ্গীেটোৱে বাহলৈ উভতি আহি তাইৰ পোৱালীটো কাৰ লগত দেখা পাইছিল ? জানিবলৈ কাহিনীটো পঢ়াচোন। (The hen came to her nest to find somebody else with her baby chick. Read the story to find out who it was.)
পুখুৰী
পুখুৰীটো-এ কিয় মন মাৰি আছিল? আৰু পুখুৰীটোক কোনে বুজাইছিল ? ইয়াৰ পিছত কি হ'ল জানিবলৈ কাহিনীটো পঢ়াচোন। (Why was the pond so sad? Who tried to comfort the pond? Read the story to find out more.)
গছ আৰু পৰুৱা
পৰুৱা আৰু গছজোপাই মানুহৰ বিষয়ে কি কথা পাতিছিল ? গছজোপাৰ শেষ পৰিণতি কি হ'ল ? জানিবলৈ কাহিনীটো পঢ়াচোন । (What did the ant and the tree discuss about humans? Read the story to find out more.)
লোভীৰ বিলৈ
লোভৰ বাবে ভালুকজনীৰ কি অৱস্থা হৈছিল । জানিবলৈ কাহিনীটো পঢ়াচোন । (What happened to the bear because of greed? Read the story to find out.)

শহাৰ জ্বৰ
এদিনখন এটা শহাপহুৰ বৰকৈ জ্বৰ উঠিল। খোৱা-বোৱা এৰি সি কেঁকাবলৈ ধৰিলে । তাকে দেখি শিয়ালে শহাৰ জ্বৰ ভাল কৰিবলৈ এটা বুদ্ধি কৰিলে । বুদ্ধিটোনো কি জানিবলৈ কাহিনীটো পঢ়াচোন । (One day, a rabbit had a high fever. He did not feel like eating or drinking and started to cry. Was the fox able to help? Read the story to find out.)
মিঠা আমৰ কথা
হলিৰামৰ দেউতাকে হলিৰামৰ হাতত শিক্ষাগুৰুলৈ আম এটা দি পঠালে ।হলিৰামে আমটো শিক্ষকক দিলে ? জানিবলৈ কাহিনীটো পঢ়াচোন । (Haliram's father sent a mango for a school teacher in the hands of his son. Where did this mango end up? Read the story to find out.)
মহাশয়ৰ মৰম
কোনে পকা আম বুটলিবলৈ গছৰ তললৈ দৌৰি গৈছিল? আমকেইটা তেওঁ খাব পাৰিলে নে আন কোনোৱাই খালে জানিবলৈ কাহিনীটো পঢ়াচোন । (Who ran under the tree to pluck the mangoes? Did they eat the mangoes? Read the story to find out more.)
ধুনু আৰু মুনুমণিৰ চকুত গাঁৱৰ ছৱিখন
ধুনু আৰু মুনুমণি দুয়ো ককাই-ভনী ।সিহঁতে আগৰ ঘৰখন এৰি নতুন ঘৰ এখনলৈ আহিল ।সিহঁতে নতুন ঘৰ খন ভাল পালেনে ? জানিবলৈ কাহিনীটো পঢ়াচোন । (Dhunu and Munumani are brother and sister. They have recently moved to a new home. What do they think of their new home? Read the story to find out.)

মনোহৰৰ এৰাতি
মনোহৰ নামৰ এটা গড়ৰ পোৱালী আছিল ।অনবৰতে সি মাক মোহিনীৰ লগতে ঘূৰি ফুৰে ।কিন্তু এদিনাখন তাৰ এটা অঘটন ঘটিল ।তাৰ কি অঘটন ঘটিল জানিবলৈ কাহিনীটো পঢ়াচোন (There was a calf called Manohar. He spent his days roaming around with his mother Mohini. But one day, something happened. Read the story to find out more.)
সাগৰ, গোলাপ আৰু কুলি চৰাই
এদিনাখন এজন ল'ৰাই ফুৰিবলৈ গৈ গোলাপ,কুলি চৰাই আৰু সাগৰক লগ পালে ? লগ পায় ল'ৰাজনে কি ক'লে জানিবলৈ কাহিনীটো পঢ়াচোন । (One day, a boy went for a walk and met a rose, some birds, and the sea. What did he say when he met them? Read the story to find out.)
সহযোগ
এদিন হাতৰ চাৰিটা আঙুলিয়ে বুঢ়া আঙুলিৰ লগত কাজিয়া লাগিল । সিহঁতে বুঢ়া আঙুলিক বেয়াকৈ ক'লে যদিও পিছত ক্ষমা খুজিলে।কিয় ক্ষমা খুজিব লগা হ'ল জানিবলৈ কাহিনীটো পঢ়াচোন । (One day, four fingers had an argument with a thumb. What did the four fingers say to the thumb? Read the story to find out.)
বাঁটি খালে আঁটি যায়
কণ ভাইটিয়ে পিছফালৰ বাৰান্দাত অকলে চকলেট খাই আছিল ।ভায়েক-ভনীয়েকহঁতকো নিদিয়ে । চকলেট খায় থাকোতে কাউৰী এজনীয়ে ওচৰতে চিঞৰি আছিল ।তাৰ পিছত কি হ'ল জানিবলৈ কাহিনীটো পঢ়াচোন । (A young boy was eating chocolate alone on his back porch. He did not want to share the chocolate with anybody. Read the story to find out what happened next.)

বৃক্ষৰোপন
বিশ্ব পৰিৱেশ দিৱসৰ দিনা তুমি কি কৰা । নিতুই বিশ্বপৰিৱেশ দিৱসৰ দিনা কি কৰিছিল বাৰু... জানিবলৈ কাহিনীটো পঢ়াচোন । (What do people do on World Environment Day? What did Nitu do? Read the story to find out.)
সমভাগী
পোনাই ভয়তে কিয় কান্দিছিল । আৰু সুমনে পোনাৰ বাবে পেকেটত কি লৈ আহিছিল । জানিবলৈ কাহিনীটো পঢ়াচোন । (Why did Pona cry in fear? What did Suman bring in a packet? Read the story to find out the answer to these questions.)
প্ৰতিযোগিতা
পিংকুই বুলক কিয় ঠাট্টা কৰিছিল । বুল প্ৰতিযোগিতাত কেনেদৰে জয়ী হ'ল...জনিবলৈ কাহিনীটো পঢ়াচোন । (Why did Pinku make fun of the bull? How did the bull win the competition? Read the story to find out the answer to these questions.)
চক পেঞ্চিল
চক কেনেদৰে প্ৰস্তুত কৰা হয় বাৰু...জানিবলৈ কাহিনীটো পঢ়াচোন । (Do you know how chalk is made? Read the story to find out!)

বিপুৰ দুখ
গৰমৰ বন্ধত বিপু মাক-দেউতাকৰ লগত ক'লৈ গৈছিল । চিন্তুৰ কথা শুনি বিপুৰ কিয় দুখ লাগিছিল ? জানিবলৈ কাহিনীটো পঢ়াচোন । (Where did Bipu go with his parents during summer holidays? Why was Bipu sad to hear Chintu's words? Read the story to find out.)
টুনাৰ কথাৰে
তোমালোকে গড়ৰ খৰ্গ দেখিছানে? টুনাৰ নাকত খৰ্গ নগজিলেই ভাল পাম বুলি মাকে কিয় কৈছিল...জানিবলৈ কাহিনীটো পঢ়াচোন । (Have you seen the horns of the fortress? Why did Tuna's mother say she would rather not have a horn in her nose. Read the story to find out.)

 


On Children’s Day 2020, Pratham and StoryWeaver (an initiative of Pratham Books) announced a collaboration to develop and grow a repository of reading resources for young children. As the first step, 50 stories from Pratham were launched on the StoryWeaver platform last year. We are delighted to share the progress that has been made since then, in creating, translating and curating stories across many languages made available for public access across two platforms – Pratham Education Foundation’s Pratham Open School (prathamopenschool.org) and StoryWeaver (storyweaver.org). For more information on the Kahaniyaan hi Kahaniyaan campaign, visit pratham.org/stories
Follow us
Useful links
  • Mohalla Learning Camp
  • PraDigi Creativity Club
  • Covid-19 Resources
  • Corona Mukt Pind
  • Covid-19 Awareness
  • Our Interns
Contact Us
  • 022-22812500
  • digital@pratham.org
  • Mumbai Y.B. Chavan Center, 4th Floor,Gen. J. Bhosale Marg.
    Nariman Point Mumbai,
    Maharashtra - 400021

  • Delhi Delhi Registered Office B- 4/58, Safdarjung Enclave 2nd Floor,
    New Delhi - 110 029
    Email: info@pratham.org.

All resources of the story page on the website are CC-BY-4.0 licensed. You can copy, modify, distribute and perform the work, even for commercial purposes, all without asking permission. Some rights reserved. For full terms of use and attribution, https://creativecommons.org/licenses/by/4.0/
Privacy Policy · Terms & Conditions