Home Special Packs

ইতিহাসৰ পাতত শোণিতপুৰ



"ইতিহাসৰ পাতত শোণিতপুৰ''ত অসমৰ এখন ঐতিহাসিক জিলা শোণিতপুৰৰ ইতিহাসক কেইটামান সৰু সৰু লেখাৰ জৰিয়তে ধৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে। শিশুৰ উপযোগীকৈ লিখি শিশুক পৌৰাণিক কাহিনীৰ লগত পৰিচয় কৰাৰ লগতে পঢ়িবলৈ উৎসাহ জগাব বুলি আশা কৰিছো। ('Itihaxor Patot Sonitpur' incldues brief write-ups on specfic historic stories and legends from Sonitpur district of Assam. This is an effort to introduce children to the history of Sonitpur through simple stories and build their understanding on this. We hope that this encourages children to delve deeper into the history of Sonitpur!) The authors of this book are CRCCs and Teachers from Sonitpur. The illustrator of this book is Manjit Gogoi.